আম চােৰাে চােৰ, গাড়ী চােৰো চােৰঃ বিধায়ক অতুল বৰা

নিউজ ডেস্ক। গুৱাহাটী মহানগৰীত গাড়ী চুৰিকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে।

এনে ঘটনাই মহানগৰবাসীক উদ্বিগ্ন কৰি তােলাৰ সময়তে এইবাৰ অসম বিধানসভা চৌহদৰ পৰাই চােৰে চুৰি কৰি লৈ গ’ল এখন বলেৰ’ বাহন।

বিধানসভা চৌহদত ৰখাই থােৱা লােক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ এএছ-੦১ ইবি- ৬৬৯৫ নম্বৰৰ বাহনখন বৃহস্পতিবাৰে চুৰি হয়।

এই ঘটনা সন্দৰ্ভত সাংবাদিকে বিজেপি বিধায়ক অতুল বৰাক প্ৰশ্ন কৰাত তেওঁ কয় যে আম চােৰাে চােৰ, গাড়ী চােৰাে চােৰ।

আম চুৰিৰ ঘটনাক লৈ বিভিন্ন জনে চােৰৰ পক্ষ লােৱা বুলি তেওঁ মন্তব্য কৰি কয় যে চুৰিৰ ঘটনা ৰােধৰ বাবে সকলাে চােৰৰ সৈতে অনুৰূপ কঠােৰ ব্যৱস্থা হাতত লােৱা উচিত।