অসমীয়াঅসম

আনন্দ, স্ফূৰ্তিৰ মাজতে জীৱনৰ অৰ্থ বিচাৰি লওক যুৱ প্ৰজন্মই! ৰাজ্যবাসীক নতুন বছৰৰ শুভেচ্ছা DGP ভাস্কৰজ্যোতি মহন্তৰ…

নিউজ ডেস্কঃ ৰাজ্যবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।

হিংসা, বিদ্বেষ, বেয়া কামৰ পৰা যুৱ প্ৰজন্মক বিতৰ থাকিবলৈ আহ্বান ডিজিপি মহন্তৰ।

তাৰ বিপৰীতে এখন নতুন সমাজ গঠনৰ বাবে পণ ল’বলৈ তেওঁ আহ্বান জনায় যুৱক-যুৱতীসকলক।

আনন্দ, স্ফূৰ্তিৰ মাজতে জীৱনৰ অৰ্থ বিচাৰি লোৱাৰ বাবেও পৰামৰ্শ ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ।

অসম জাতীয় বিদ্যালয়ৰ ৩০তম প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি সাংবাদিক সৈতে বাৰ্তালাপ কৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকীয়ে।

Related Articles

Back to top button