আনন্দ শৰ্মা ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত ৰাহুল ছেত্ৰীক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা অব্যাহতি..

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত ৰাহুল ছেত্ৰীক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা অব্যাহতি।

বৰ্তমানেও পলাতক অৱস্থাত আছে ৰাহুল ছেত্ৰী।

উল্লেখ্য যে, ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত ৰাহুল ছেত্ৰী।

ৰাহুল ছেত্ৰীক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি(SMSS)ৰ পৰা অব্যাহতি।

SMSSৰ সাধাৰণ সম্পাদক পদৰ দায়িত্বত আছিল DU ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী।