অসম
আজি ৩৫,৮০০ মেধাৱী শিক্ষাৰ্থীক স্কুটী প্ৰদান কৰিব ৰাজ্য চৰকাৰে…

আজি খানাপাৰাত ড০ বাণীকান্ত কাকতি মেধা বঁটা অনুষ্ঠান।
আজি ৩৫,৮০০ শিক্ষাৰ্থীক ৰাজ্য চৰকাৰে প্ৰদান কৰিব স্কুটী।
কামৰূপ আৰু কামৰূপ (মেট্ৰ’) জিলাৰ শিক্ষাৰ্থীয়ে লাভ কৰিব এই স্কুটী।
ইয়াৰ ভিতৰত ৭৫ শতাংশ বা তাতোধিক নম্বৰপ্ৰাপ্ত ৬০৫২ গৰাকী ছাত্ৰই লাভ কৰিব স্কুটী।
আনহাতে প্ৰথম বিভাগত উত্তীৰ্ণ ২৯৭৪৮ গৰাকী ছাত্ৰীয়ে লাভ কৰিব স্কুটী।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।