আজি মূল সুঁতিলৈ উভতি আহিব UDLFBV আৰু BRU নামৰ দুই উগ্ৰপন্থী সংগঠন…

আজি মূল সুঁতিলৈ উভতি আহিব বৰাকৰ দুটাকৈ উগ্ৰপন্থী সংগঠন।

মূল সুঁতিলৈ উভতিব UDLFBV আৰু BRU নামৰ দুই উগ্ৰপন্থী সংগঠনে।

হাইলাকান্দিৰ কাটলিছেড়াত আজি আত্মসমৰ্পণ কৰিব দুই সংগঠনে।

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতিত প্ৰায় ১১০০ নেতা-কেডাৰে কৰিব অস্ত্ৰ সম্বৰণ।

ধন্যনাম ৰিয়াঙৰ নেতৃত্বত আছিল UDLFBV নামৰ উগ্ৰপন্থী সংগঠনটো।

আনহাতে ৰাজেশ চৰ্কীয়ে লৈছিল BRAU নামৰ সংগঠনটোৰ নেতৃত্ব।

আত্মসমৰ্পণৰ পূৰ্বে মিজোৰাম সীমান্তত মিলিত হৈছে কেডাৰসকল।