আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩সংখ্যক তিৰোভাৱ তিথি, হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ চৌদিশ…

আজি অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাব তিথি।

হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ-কীৰ্তন ঘৰসমূহ।

ৰাজ্যজুৰি মহাপুৰুষ গুৰুজনাৰ তিৰোভাৱ তিথিৰ আয়োজন।

আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ চৌদিশ।

ক’ভিড নীতি-নিয়ম মানি ৰাজ্যত পালন কৰা হৈছে গুৰুজনাৰ তিৰোভাৱ তিথি।

বিভিন্ন সত্ৰ নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উপলক্ষে ভকত বৈষ্ণৱে কৰিছে নাম কীৰ্তন।

মাজুলীৰ প্ৰতিখন সত্ৰ, নামঘৰতো একেই পৰিৱেশ।

খোল-তাল-মৃদংগৰ শব্দত গুঞ্জৰিত মাজুলীৰ আকাশ-বতাহ। 

Leave a Comment