অসম

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী…

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী।

বৃহত্তৰ অসমীয়া জাতীৰ প্ৰাণ প্ৰতিষ্ঠাতা তথা অসমীয়া নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক মহাপুৰুষজনাৰ জন্মজয়ন্তী উপলক্ষে ৰাজ্যজুৰি উখল মাখল পৰিৱেশ।

হৰি নামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ।

বিজয়ী দশমীৰ উলহ-মালহৰ মাজতে ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত পুৱাৰে পৰা আৰম্ভ হৈছে শংকৰ জয়ন্তীৰ কাৰ্যসূচী।

কোনো কোনো স্থানত দুদিনীয়া আৰু কোনো কোনো স্থানত তিনি দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম তিথি।

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা, মাজুলী, বৰপেটা সত্ৰ, ঢেকীয়াখোৱা নামঘৰকে ধৰি ৰাজ্যৰ উল্লেখ্যে সত্ৰ, নামঘৰ সমূহত শংকৰ জয়ন্তী উদযাপনৰ লগতে প্ৰায় প্ৰতিটো নাঘমৰত ঠায়ে ঠায়ে জাকমকতা আৰু ঠায়ে ঠায়ে অনুষ্টুপীয়াকৈ হ’লেও উদযাপন কৰা হৈছে।

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা, মাজুলী, বৰপেটা সত্ৰ, ঢেকীয়াখোৱা নামঘৰকে ধৰি ৰাজ্যৰ উল্লেখ্যে সত্ৰ, নামঘৰ সমূহত শংকৰজয়ন্তী উদযাপনৰ লগতে প্ৰায় প্ৰতিটো নাঘমৰত ঠায়ে ঠায়ে জাকমকতা আৰু ঠায়ে ঠায়ে অনুষ্টুপীয়াকৈ হ’লেও উদযাপন কৰা হৈছে।

Related Articles

Back to top button