অসম
আজি ঘোষণা হ’ব HS চূড়ান্ত পৰীক্ষাৰ ফলাফল, এইকেইটা ৱেবছাইটত চাব পাৰিব ফলাফল…

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
৯বজাৰ লগে লগে ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১৬টা ৱেবচাইটত প্ৰকাশ কৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল।
ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি অনলাইনযোগে নিজৰ ফলাফল।
sebaonline.org, resultsassam.nic.in, results.shiksha, assamresult.in, assamresult.co.in, ৱেবচাইটত লাভ কৰিব।

যোৱা ১৫ মাৰ্চৰ পৰা ১২ এপ্ৰিললৈ অনুষ্ঠিত হৈছিল উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। এইবাৰ কলা, বিজ্ঞান, আৰু বাণিজ্য শাখাত সৰ্বমুঠ ৭৯৬টা পৰীক্ষা কেন্দ্ৰত প্ৰায় ২.১৫ লাখ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ
এইবাৰ ১৫ মাৰ্চৰ পৰা ১২ এপ্ৰিললৈ অনুষ্ঠিত হৈছিল উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা।
এইবাৰ কলা, বিজ্ঞান, আৰু বাণিজ্য শাখাত সৰ্বমুঠ ৭৯৬টা পৰীক্ষা কেন্দ্ৰত প্ৰায় ২.১৫ লাখ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।