নিউজ ডেস্ক। এক লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে আৰু এখােজ আগুৱালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰ।
বিগত দিনত ২৭,৭৩৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদানৰ পিছতে এইবাৰ অসম চৰকাৰৰ ২৪ টা বিভাগৰ ১১,২৩৬ গৰাকী সফল প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
এই উপলক্ষে শুকুৰবাৰে খানাপাৰা স্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হৈছে অসম চৰকাৰৰ বৃহৎ নিযুক্তি সমাৰোহ।
উল্লেখ্য যে অসম চৰকাৰে এইবাৰ ৰাজ্যৰ ২৪টা বিভাগত ১১,২৩৬গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান কৰিব।
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই নিযুক্তি পত্ৰ প্ৰদান কৰিব।
নিযুক্তি পত্ৰ প্ৰদান কৰিবলগীয়া পদসমূহ হ’লঃ

