অসম
আজি উচ্চতম ন্যায়ালয়ত CAA গোচৰৰ শুনানি…

আজি উচ্চতম ন্যায়ালয়ত CAA গোচৰৰ শুনানি।
CAA সন্দৰ্ভত দাখিল কৰা ২৩২খন আবেদনৰ শুনানি গ্ৰহণ কৰিব ৩জনীয়া বিচাৰপীঠে।
CAAক প্ৰত্যাহ্বান জনাই আবেদন তৰিছিল দল-সংগঠনে।
অসম সন্মিলিত মহাসংঘ, AJYCPকে ধৰি দল-সংগঠনে জনাইছিল আবেদন।
শুনানিৰ সময়ত উপস্থিত থাকিব দল-সংগঠনৰ নেতৃবৃন্দ।
ইতিমধ্যে দিল্লীত উপস্থিত হৈছে AJYCPৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, সাঃ সম্পাদক পলাশ চাংমাই।