অসম

আজি উচ্চতম ন্যায়ালয়ত CAA গোচৰৰ শুনানি…

আজি উচ্চতম ন্যায়ালয়ত CAA গোচৰৰ শুনানি।

CAA সন্দৰ্ভত দাখিল কৰা ২৩২খন আবেদনৰ শুনানি গ্ৰহণ কৰিব ৩জনীয়া বিচাৰপীঠে।

CAAক প্ৰত্যাহ্বান জনাই আবেদন তৰিছিল দল-সংগঠনে।

অসম সন্মিলিত মহাসংঘ, AJYCPকে ধৰি দল-সংগঠনে জনাইছিল আবেদন।

শুনানিৰ সময়ত উপস্থিত থাকিব দল-সংগঠনৰ নেতৃবৃন্দ।

ইতিমধ্যে দিল্লীত উপস্থিত হৈছে AJYCPৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, সাঃ সম্পাদক পলাশ চাংমাই।

Related Articles

Back to top button