অসম
আজি উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বৈধতাক লৈ শুনানি…

আজি উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বৈধতাক লৈ শুনানি।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ আদালতত হ’ব শুনানি।
২৮টা খিলঞ্জীয়া দল-সংগঠনৰ গোচৰৰ ভিত্তিত হ’ব শুনানি।
CAAৰ বিৰুদ্ধে অসম সন্মিলিত মহাসংঘয়ো তৰিছিল গোচৰ।
মুখ্য ন্যায়াধীশৰ ১নং আদালতত ৩ জনীয়া বিচাৰপীঠত হ’ব শুনানি।
শুনানিৰ সময়ত উপস্থিত থাকিব কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধি।