আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’ব নাগৰিকত্ব ভিত্তিবৰ্ষক লৈ শুনানি…

আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’ব নাগৰিকত্ব ভিত্তিবৰ্ষক লৈ শুনানি।

দিনৰ ১১.৩০ বজাৰ পৰা হ’ব সাংবিধানিক বিচাৰপীঠত হ’ব শুনানি।

মুখ্য ন্যায়াধীশৰ নেতৃত্বত ৫ জনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি।

নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ৰ পৰিৱৰ্তে ১৯৫১ চন কৰাৰ বাবে ন্যায়ালয়ত তৰিছিল গোচৰ।

ভিত্তিবৰ্ষ ১৯৫১ কৰাৰ দাবীত অসম সন্মিলিত মহাসংঘই তৰিছিল গোচৰ।