fbpx
অসম

আজি আনুষ্ঠানিক ভাৱে আৰক্ষী সঞ্চালক প্ৰধানৰ দ্বায়িত্ব ল’ব IPS জি পি সিঙে…

আজি অসমৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্ব ল’ব IPS জি পি সিঙে।

আজি কাৰ্যকাল অন্ত পৰিব ভাস্কৰ জ্যোতি মহন্তৰ।

আবেলি ৪.৩০ বজাত অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিব জি পি সিঙে।

ইফালে বিদায়ী ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ বিদায়ী পেৰেড অনুষ্ঠিত হ’ব স্বতন্ত্ৰ অসম আৰক্ষী বেটেলিয়েনত।

বিদায়ৰ আগ দিনা ভাস্কৰ জ্যোতি মহন্তই মৈত্ৰী আচনিৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা অসম আৰক্ষীৰ এটা বিশ্ৰামালয় উদ্বোধন কৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!