fbpx
অসমীয়াঅসম

আগন্তুক ৩ দিনলৈ অসম তথা উত্তৰ-পূবত হ’ব প্ৰৱল বৃষ্টিপাত! অৰেঞ্জ এলাৰ্ট জাৰি…

নিউজ ডেস্কঃ আগন্তুক ৩ দিনলৈ অসম তথা উত্তৰ-পূবত হ’ব প্ৰবল বৃষ্টিপাত।

এই সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ১৫ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

বতৰৰ প্ৰতি লক্ষ্য ৰাখি ছিক্কিমত জাৰি কৰা হৈছে য়েল’ এলাৰ্ট।

আনহাতে অসমৰ লগতে উত্তৰ-পূবৰ অন্য ৰাজ্যত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট।

উল্লখ্য যে, বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় প্ৰবল বৃষ্টিপাত।

ঠায়ে ঠায়ে শিলাবৃষ্টিও ঘটে আজিৰ দিনটোত।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!