fbpx
অসমীয়াঅসম

আকৌ চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰ! বিহু কমিটীক প্ৰদান কৰা হ’ব ডেৰ লাখকৈ টকা…

নিউজ ডেস্কঃ আকৌ এবাৰ ব’হাগ বিহুৰ চান্দা সংস্কৃতিৰ অৱসান ঘটাবলৈ সাজু ৰাজ্য চৰকাৰ।

বিহুৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আৰ্থিক বৰঙনি আগবঢ়োৱা হ’ব চৰকাৰৰ তৰফৰ পৰা।

এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

১০ বছৰ পুৰণি বিহু কমিটীক বিহু উদযাপনৰ বাবে প্ৰদান কৰা হ’ব ডেৰ লাখকৈ টকা।

অৱশ্যে এই বৰঙণি লাভ কৰিবলৈ কেইটামান নিয়ম মানি চলিব লাগিব কমিটীসমূহে।

১৫ মে’ৰ পূৰ্বে অনুষ্ঠিত কৰিব লাগিব ৰঙালী বিহুৰ অনুষ্ঠান।

বিহু সমিতি সমূহে চৰকাৰৰ পৰা ধন লাভ কৰিবলৈ হ’লে যোগাযোগ কৰিব লাগিব জিলা উপায়ুক্তৰ সৈতে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!