
নিউজ ডেস্কঃ দৰমহাৰ টকাৰে পকেট নভৰা পুনৰ দুজনকৈ চৰকাৰী কৰ্মচাৰী পৰিল জালত।
একে দিনাই ঘোচ লৈ গ্ৰেপ্তাৰ দুজনকৈ চৰকাৰী কৰ্মচাৰী।
নগাঁৱৰ কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলক হাতে-লোটে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ।
Today, a team of @DIR_VAC_ASSAM trapped red handed and arrested Sh Pranjal Bora, Lat Mandal, O/O Koliabar Revenue Circle, Nagaon, after he accepted demanded bribe from the complainant for processing and issuing Land Sale Permission to the complainant. @CMOfficeAssam @assampolice pic.twitter.com/dJ8lJU08sh
— Surendra Kumar (@surendrakr_ips) March 3, 2023
ভূমি বিক্ৰীৰ অনুমতি প্ৰদানৰ নামত উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় লাট মণ্ডল প্ৰাঞ্জল বৰা।
2nd trap of the day.
— Surendra Kumar (@surendrakr_ips) March 3, 2023
A team of @DIR_VAC_ASSAM trapped red handed and arrested Bidyadhar Das, Senior Asstt. O/O the Registrar, Cooperative Society, Assam, Khanapara, after he accepted demanded bribe from the complainant for processing his Pension File @CMOfficeAssam @assampolice pic.twitter.com/QJQ96XTSzb
ইফালে একেদিনাই ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান চলিল খানাপাৰাস্থিত সমবায় ভৱনতো।
পেঞ্চন ফাইল নিষ্পত্তিৰ বাবে উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক বিদ্যাধৰ দাস।