মেঘালয়

অৰুণাচলৰ ৰাজ্যপাল বি ডি মিশ্ৰক অতিৰিক্ত ভাৱে মেঘালয়ৰ ৰাজ্যপাল হিচাপে দায়িত্ব অৰ্পণ…

অৱসৰপ্ৰাপ্ত বিগ্ৰেডিয়াৰ বি ডি মিশ্ৰক মেঘালয়ৰ ৰাজ্যপাল হিচাপে দায়িত্ব অৰ্পণ।

অৱসৰপ্ৰাপ্ত বিগ্ৰেডিয়াৰ বি ডি মিশ্ৰ বৰ্তমান অৰুণাচলৰ ৰাজ্যপাল।

তেওঁক অতিৰিক্ত ভাৱে মেঘালয়ৰ ৰাজ্যপাল হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে।

মঙ্গলবাৰে অৱসৰপ্রাপ্ত ব্রিগেডিয়াৰ বি ডি মিশ্রই শপত গ্ৰহণ কৰিব।

উল্লেখ্য যে, মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকৰ শুক্ৰবাৰে কাৰ্যকাল সমাপ্ত হয়।

Related Articles

Back to top button