অহা ৫ দিনলৈ ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ…

নিউজ ডেস্কঃ কেইবাখনো ৰাজ্যৰ লগতে অসমতো অহা ৫ দিনলৈ হ’ব ধাৰাসাৰ বৰষুণ।

এই আগজাননী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।

বতৰ বিজ্ঞান বিভাগৰ মতে, অহা ৫ দিনত অসমৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কোনো কোনো অঞ্চলত মধ্যমীয়া বৰষুণ দি থাকিব।

rain rain
অহা ৫ দিনলৈ ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ… 4

অসমৰ উপৰিও পশ্চিম বংগ, বিহাৰকে ধৰি কেইবাখনো ৰাজ্যত অহা ২-৩ দিন ধাৰাসাৰ বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

image 271
অহা ৫ দিনলৈ ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ… 5

উত্তৰ পূবৰ ৰাজ্য মণিপুৰ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশতো আগন্তক ৫ দিন প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।

লগতে চাওকঃ

‘আজি মই অতি দুখেৰে জনাওঁ যে…’ হঠাতে সামাজিক মাধ্যমত কাৰ বিৰুদ্ধে সৰৱ অসম গৌৰৱ লাভলীনা?

G2 2
অহা ৫ দিনলৈ ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ… 6