অসম

অসম আৰক্ষীৰ প্ৰশিক্ষণৰত উপ-পৰিদৰ্শক মনেশ্বৰ পণ্ডিতৰ মৃত্যু…

নিউজ ডেস্ক। মেঘালয়ৰ ৰাজধানীৰ সমীপৱৰ্তী বৰাপানী স্থিত নর্থ-ইষ্টাৰ্ণ পুলিচ একাডেমীত প্রশিক্ষণৰত অৱস্থাতে অসম আৰক্ষীৰ এজন নৱনিযুক্ত উপ-পৰিদৰ্শকে মৃত্যু।

p3 3

বুধবাৰে সাঁতোৰ প্রশিক্ষণ গ্ৰহণ কৰি থকা অৱস্থাত মৃত্যু হোৱা উপ-পৰিদৰ্শকজন হৈছে কোকৰাঝাৰৰ শান্তিনগৰৰ মনেশ্বৰ পণ্ডিত।

প্রাপ্ত তথ্য অনুসৰি মৃত মনেশ্বৰ পণ্ডিতৰ পিতৃও অসম আৰক্ষীতে কৰ্মৰত আৰু তেওঁ পৰিয়ালটোৰ একমাত্র সন্তান আছিল।

যোৱা ২০২১ত নিযুক্তি লাভ কৰা প্ৰশিক্ষণৰত উপ-পৰিদৰ্শক মনেশ্বৰৰ প্রশিক্ষণ চলিত মাহৰ শেষৰ ফালে সম্পূৰ্ণ হোৱাৰ কথা আছিল৷

Related Articles

Leave a Reply

Back to top button