fbpx
অসম

অসমৰ ভুৱা প্ৰমাণপত্ৰৰে EDত পৰীক্ষা দিবলৈ আহি আৰক্ষীৰ জালত বহিঃৰাজ্যৰ দুই যুৱক…

ভুৱা চাৰ্টিফিকেটেৰে পৰীক্ষা দিবলৈ আহি আৰক্ষীৰ জালত বহিঃৰাজ্যৰ ২ যুৱক

অসমৰ ভুৱা প্ৰমাণপত্ৰৰে CRPF ৰ নিযুক্তি পৰীক্ষা দিব আহিছিল যুৱকদ্বয়ে।

৩ লাখ টকা দি বনাইছিল অসমৰ বাসিন্দা বুলি ভুৱা প্ৰমাণপত্ৰ।

যোৰাবাটৰ CRPF কেম্পৰ কেন্দ্ৰত দুয়ো দিবলৈ আহিছিল পৰীক্ষা।

আটকাধীন যুৱক দুজন উত্তৰপ্ৰদেশৰ শিৱম যাদৱ আৰু আনজন মনীষ বুলি জানিব পৰা গৈছে।

অসমৰ শিলচৰৰ বাসিন্দা বুলি ৩ লাখ টকাদি এলাহাবাদৰ ৰাজু নামৰ এজন লোকৰ ওচৰত বনাইছিল ভুৱা প্ৰমাণপত্ৰ।

পল্টনবজাৰ আৰক্ষী থানাত দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!