অসমৰ বাবে সুখবৰ! বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে চৰাইদেউ মৈদাম…

অসমৰ বাবে এটা সুখবৰ।

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশত চৰাইদেউ মৈদাম।

UNESCO-ৰ স্বীকৃতিৰ বাবে যাৱতীয় অৰ্হতা আছে চৰাইদেউ মৈদামৰ।

মৈদামক ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি দিবৰ বাবে ইউনেস্ক’ক প্ৰয়োজনীয় কাৰিকৰী যোগ্যতা লাভ কৰিছে চৰাইদেউ মৈদামে।

image 3
অসমৰ বাবে সুখবৰ! বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে চৰাইদেউ মৈদাম... 2

ইতিমধ্যে এই সন্দৰ্ভত অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে ইউনেস্ক’ই(UNESCO)।

সামাজিক মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে।