অসমৰ ক্ৰীড়া জগতলৈ এটা ভাল খবৰ, IPLৰ নিলামৰ বাবে নিৰ্বাচিত উদীয়মান ক্ৰিকেটাৰ মুখতাৰ হুছেইন…

অসমৰ ক্ৰীড়া জগতলৈ এটা ভাল খবৰ।

২০২৩ বৰ্ষৰ IPLৰ নিলামৰ বাবে নিৰ্বাচিত উদীয়মান ক্ৰিকেটাৰ মুখতাৰ হুছেইন।

বৰ্তমান অসম ৰঞ্জী দলৰ সদস্য ডিব্ৰুগড়ৰ মুখতাৰ হুছেইন।

উল্লেখ্য যে, IPL ২০২৩ৰ বাবে মুঠ ৯৯৯জন ক্ৰিকেটাৰে পঞ্জীয়ন কৰিছিল।

তাৰ ভিতৰত নিৰ্বাচিত হৈছে ২৩ বছৰীয়া মুখতাৰ।

বেগী বলাৰগৰাকীক লৈ আশাবাদী ডিব্ৰুগড়ৰ ক্ৰিকেটপ্ৰেমী।