অষ্টম শ্ৰেণীৰ পৰা বাধ্যতামূলক কৰা হ’ব বুৰঞ্জী পাঠ্যক্ৰমঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা।

অষ্টম শ্ৰেণীৰ পৰা বাধ্যতামূলক কৰা হ’ব বুৰঞ্জী পাঠ্যক্ৰম।

অহা বছৰৰ পৰা অষ্টম শ্ৰেণীৰ পৰা বুৰঞ্জী পাঠ্যক্ৰম বাধ্যতামূলক হ’ব।

‘ভাৰত বুৰঞ্জী আৰু অসম বুৰঞ্জী থাকিব।

৫০ নম্বৰ ভাৰত বুৰঞ্জীত থাকিব, ৫০ নম্বৰ অসম বুৰঞ্জীত থাকিব।

তেওঁ কয়- ৰাজ্যত বুৰঞ্জী পঢ়াৰ এটা পৰিৱেশ গঢ় দিব লাগে। বুৰঞ্জিয়ে আমাৰ জাতিটোৰ ওপৰত অতীতক আলোকপাত কৰাত সুবিধা কৰিব। বুৰঞ্জি ভালকৈ পঢ়িলৈ আমাৰ মাজত সমন্বয়ৰ অভাৱ নহ’ব।