অল-কায়দাৰ ৬ জেহাদীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ!

নিউজ ডেস্ক। ৰাজ্যত পুনৰ সক্ৰিয় হৈ পৰিছে মৌলবাদী জেহাদী চক্ৰ।

বিহুৰ উছাহ আনন্দৰ মাজতে বৰপেটাত গ্ৰেপ্তাৰ ৬ জনকৈ জেহাদী সন্ত্ৰাসবাদী।

আৰক্ষীয়ে অভিযান চলাই বাহৰ পাতি থকা জেহাদী কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

G0
অল-কায়দাৰ ৬ জেহাদীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ! 5

ধৃত জেহাদী কেইজনক মুফটি চুলেইমান, জাহিদুল ইছলাম, চাদ্দাম হুছেইন, ৰচিদুল ইছলাম, মুছাৰফ হুছেইন আৰু মকিবুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

ধৃত জেহাদী কেইজন আল-কায়দা ইন ইণ্ডিয়া চাব কণ্টিনেন্টৰ সদস্য বুলি নিশ্চিত কৰা হৈছে।

p1 12
অল-কায়দাৰ ৬ জেহাদীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ! 6

গ্ৰেপ্তাৰ কৰা লােককেইজনক আদালতে ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৬ জেহাদীক।

এই সন্দৰ্ভত জিলাখনৰ আৰক্ষী অধীক্ষক অমিতাভ সিন্হাই এক সংবাদমেলৰ জৰিয়তে বহু তথ্য প্ৰকাশ কৰে।

photo 2022 04 16 16 35 04
অল-কায়দাৰ ৬ জেহাদীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ! 7

উল্লেখ্য যে, ৪ মাৰ্চত আৰক্ষীয়ে আল কায়দাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল চাইফুল ইছলাম নামৰ এজনক।

ইয়াৰ পিছতে অভিযুক্তজনক স্বীকাৰোক্তিত ভিত্তিত অভিযান চলাই পুনৰ গ্ৰেপ্তাৰ কৰে ৬ জেহাদীক।

লগতে চাওকঃ

দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ চলোৱা জেলফেৰৎ যুৱ মৰ্চাৰ সদস্যক বিজেপিৰ সম্বৰ্ধনা

G2 16
অল-কায়দাৰ ৬ জেহাদীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ! 8

Leave a Comment