fbpx
অসম

অভিযানৰ বাবে মেঘালয়লৈ যোৱাৰ আদবাটতে অসুস্থ বন্দনা কলিতা, স্বামীৰ মৃতদেহ বিছাৰি গৈছিল মেঘালয়লৈ…

মেঘালয়লৈ যোৱাৰ আদবাটতে অসুস্থ বন্দনা কলিতা৷

স্বামীৰ মৃতদেহ বিচাৰি আৰক্ষীয়ে লৈ গৈ আছিল বন্দনাক।

তেনে সময়তে অসুস্থ হৈ পৰে শাহু-স্বামীহন্তা বন্দনা।

সম্প্ৰতি বৰাপানীৰ পৰা GMCHলৈ আনি থকা হৈছে বন্দনাক।

উল্লেখ্য যে,  মঙলবাৰে পুৱা হত্যাকাণ্ডটোৰ লগত জড়িত তিনিওজন অভিযুক্ত ক্ৰমে বন্দনা কলিতা,অৰূপ ডেকা আৰু ধনটি ডেকাক লৈ আৰক্ষীৰ এটা দল মেঘালয়লৈ ৰাওনা হৈছিল।

বন্দনা কলিতাৰ স্বামী অমৰজ্যোতি দে’ৰ মৃতদেহৰ সন্ধানৰ বাবে মেঘালয়ৰ ডাউকীলৈ লৈ যোৱা হৈছিল তিনিওকে।

কিন্তু মেঘালয়লৈ যোৱাৰ আধা বাটতে হঠাতে অসুস্থ হৈ পৰে বন্দনা কলিতা।

যাৰ বাবে বন্দনা কলিতাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাৰ বাবে গুৱাহাটীলৈ ঘূৰাই অনা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!