fbpx
অসম

অবৈধ মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত ২ যুৱক…

অবৈধ মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত ২ যুৱক।

অসম-নগালেণ্ডৰ লাহৰিজানৰ টিলাবস্তিৰ পৰা অবৈধ মাৰণাস্ত্ৰসহ দুই যুৱকক আটক কৰে আৰক্ষীয়ে।

আটকাধীন দুই যুৱক কাছাৰৰ কাবিল উদ্দিন লস্কৰ আৰু দৰঙৰ মাণিক আলি।

ধৃত যুৱক দুজনৰ পৰা আৰক্ষীয়ে এটা থ্ৰী নত থ্ৰী ৰাইফল, এটা ডি বি বি এল ৰাইফল, এটা স্কোপ, .৩০৩ ৰ ৩৪ জাই সক্ৰিয় গুলী, .২২ৰ ৭ জাই সক্ৰিয় গুলি, লগতে ৪৭ জাই বিভিন্ন বন্দুকৰ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

নগালেণ্ডৰ ডিমাপুৰৰ পৰা কোনো লোকক বিক্ৰীৰ বাবে আনিছিল মাৰণাস্ত্ৰ দুটা।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত যুৱক দুজনক জেৰা অব্যাহত ৰাখিছে।

Related Articles

Back to top button