অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰলৈ নতুন নিৰ্দেশনা গুৱহাটী উচ্চ ন্যায়ালয়ৰ।
২০১৭ চনলৈকে নিযুক্তি বঞ্চিত প্ৰাৰ্থীক নিযুক্তিৰ নিৰ্দেশ ন্যয়ালয়ৰ।
উল্লেখ্য যে, অনুকম্পামূলক নিযুক্তি বাতিল কৰিছিল ৰাজ্য চৰকাৰে।
২০১৫ চনত নিযুক্তি বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে।
ইয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ১৭ গৰাকী বঞ্চিত প্ৰাৰ্থী।
দীৰ্ঘদিনৰ শুনানিৰ অন্তত চৰকাৰক সিদ্ধান্ত পুনৰ বিবেচনাৰ নিৰ্দেশ ন্যায়ালয়ৰ।