fbpx
অসম

অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ নামত দুৰ্বৃত্তই খুলিলে ভুৱা ফেচবুক একাউন্ট, কৰিলে এই কাম…

অসম আৰক্ষীৰ আন এজন বিষয়াৰ নামত দুৰ্বৃত্তই খুলিলে ভুৱা ফেচবুক একাউন্ট।

এইবাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ নামত দুৰ্বৃত্তই খুলিলে এটা ভুৱা একাউন্ট।

এই ভুৱা একাউন্টৰ পৰা বিভিন্নজনলৈ পঠিয়ালে Friend Request ।

আনকি ভুৱা একাউণ্টৰ পৰা মেচেছযোগে ধন দাবীও কৰে দুৰ্বৃত্তৰ।

অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ভুৱা একাউন্টক সহাৰি নজনাবলৈ অনুৰোধ কৰিছে।

Related Articles

Back to top button